এছিয়ান গেমছত ৪৪ বছৰৰ অপেক্ষাৰ অন্ত পেলাই স্বৰ্ণ পদক জয় ভাৰতীয় মহিলা হকী দলৰ। ফাইনেলত বিশ্বৰ চতুৰ্থ স্থানৰ চীনক ১-০ গ’লত পৰাস্ত কৰি ভাৰতীয় দলে লছ এঞ্জেলছ অলিম্পিক ২০২৮ৰ বাবে প্ৰত্যক্ষভাৱে যোগ্যতা অ ...